#instamedia Instagram Photos & Videos

instamedia - 45.7k posts

Latest #instamedia Posts

  • অসমীয়া মহিলা ফটোগ্ৰাফাৰলৈ হায়দৰাবাদৰ ছিগমাৰ সন্মান...
.
.

ফটোগ্ৰাফীৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱা আৰু অৱদানৰ বাবে অসম নন্দিনী কুন্তলা ৰয়চৌধুৰীক হায়দৰাবাদৰ ছিগমা একাডেমী অব্ ফটোগ্ৰাফীয়ে সন্মানিত কৰিছে। উল্লেখ্য যে গুৱাহাটী চানমাৰি নৱগিৰিৰ বাসিন্দা, আইনৰ স্নাতকোত্তৰ কুন্তলা চৌধুৰীয়ে দীৰ্ঘদিন ধৰি ফটোগ্ৰাফীৰ কৰ্মশালা অনুষ্ঠিত কৰি প্ৰশিক্ষণ দি আহিছে। বন্যপ্ৰাণী সংৰক্ষণতো জড়িত কুন্তলাই পৰিৱেশ আৰু আইন সম্পৰ্কীয় লেখাও প্ৰকাশ কৰি আহিছে।
#asomiyapratidin #AP #photographer #womenphotographer #sigmaacademyofphotography #hyderabad #honour #achievement #congratulation #assamesegirl #proudmoment #instandaily #instamedia #instastory

  •  306  1  1 hour ago

Advertisements

  • অৰুণাচলত নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি
.
.

অৰুণাচলত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দামালাজুৰ বিধায়ক টিৰং আবুৰ লগতে হত্যা কৰা হৈছে আন কেইবাজনো লোকক।

আনুষ্ঠানিকভাবে ৬ জন লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছে বৰ্তমানলৈকে। এক সূত্ৰ অনুসৰি নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি। গুলীচালনাত বিধায়কজনৰ লগতে চালক-দেহৰক্ষীসহ ১১ জনে লোকে হেৰুৱাইছে প্ৰাণ।

বিধায়কজনৰ লগতে নিহত হৈছে তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্য।

অৰুণাচলৰ টিৰাপ জিলাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আইএম)ৰ সদস্যই গুলীয়াই হত্যা কৰে বিধায়কজনক।

পাচুটং নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
#asomiyapratidin
#AP
#nscn #npp #arunachalpradesh #dead #mla #crimenews #breakingnews #instastory #instamedia

  •  53  0  2 hours ago

Advertisements

Advertisements

  • অসমীয়া মহিলা ফটোগ্ৰাফাৰলৈ হায়দৰাবাদৰ ছিগমাৰ সন্মান...
.
.

ফটোগ্ৰাফীৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱা আৰু অৱদানৰ বাবে অসম নন্দিনী কুন্তলা ৰয়চৌধুৰীক হায়দৰাবাদৰ ছিগমা একাডেমী অব্ ফটোগ্ৰাফীয়ে সন্মানিত কৰিছে। উল্লেখ্য যে গুৱাহাটী চানমাৰি নৱগিৰিৰ বাসিন্দা, আইনৰ স্নাতকোত্তৰ কুন্তলা চৌধুৰীয়ে দীৰ্ঘদিন ধৰি ফটোগ্ৰাফীৰ কৰ্মশালা অনুষ্ঠিত কৰি প্ৰশিক্ষণ দি আহিছে। বন্যপ্ৰাণী সংৰক্ষণতো জড়িত কুন্তলাই পৰিৱেশ আৰু আইন সম্পৰ্কীয় লেখাও প্ৰকাশ কৰি আহিছে।
#NandiniMagazine #womenmagazine #photographer #womenphotographer #sigmaacademyofphotography #hyderabad #honour #achievement #congratulation #assamesegirl #proudmoment #instanandini #instamedia #instastory

  •  688  1  6 hours ago
  • ভি ডি পেটৰ বাবে ২৩ মে'ৰ পৰা ভোটগণনা হ'ব দীঘলীয়া : পুৱতি নিশালৈহে প্ৰকাশ হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। কামৰূপ মহানগৰ জিলা ৰিটানিং বিষয়াই ক'লে- মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হ'ব গুৱাহাটীৰ ৪ বিধানসভা সমষ্টিৰ ভোটগণনা।
.
.

দেশৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাথো এটা দিন। ইতিমধ্যে ফলাফলক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে ৰাজনৈতিক দল, সাধাৰণ জনতা। কিন্তু এইবেলি ই ভি এমত বন্দি প্ৰাৰ্থীৰ জয়-পৰাজয় ঘোষণাত কিছুসময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ কাৰণ ভি ভি পেট। ভি ভি পেটৰ শ্লিপ গণনাৰ পিচতহে ওলাব জয়-পৰাজয়ৰ সম্পূৰ্ণ তালিকা। ইয়াৰ বাবে ৰাজনৈতিক দল, প্ৰাৰ্থী, উৎকণ্ঠিত জনতাই চৌবিশ ঘণ্টা পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। ভি ভি পেটৰ শ্লিপ গণনা কৰিবলগীয়া হোৱাৰ বাবে পিচদিনা পুৱতি নিশালৈহে ওলাব প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ সম্পূৰ্ণ তালিকা।
#asomiyapratidin #AP #electionresults #loksabhaelection2019 #evmmachine #vvpat #politicalparties #instamedia #instanews

  •  97  0  7 hours ago
  • Just a friendly reminder! Happy Monday 😉 #techmediaschool

  •  31  1  19 hours ago
  • Садись, прокачу😏
  • Садись, прокачу😏
  •  63  1  19 hours ago
  • When you look in the mirror, what do you see? Do you see the real you, or what you have been taught to believe is you? The two are so so different. One is an infinite consciousness capable of being and creating whatever it chooses, the other is just an illusion shaped by others opinion, colored with others favorite pencils. One is pure, unique, powerful and limitless. The other is just a shadow, a projection. We are born whole and complete and during our journey we lost the “REAL us” and created an illusion that we called “REALITY”...
…
🧑@mkadri3 🧑
…
📸Canon 5D Mark IV | 24-70mm F4 L 📸
...
ℹ️ISO 100 | F/4.0 | 1/250sℹ️
...
💡Main Light: Natural light 💡

  •  33  1  21 hours ago
  • Today Veritas heads to court in Asheville, North Carolina.  James will be defending our right to expose the truth . . . no matter how shocking that truth is.  Teter v. Project Veritas Action Fund stems from our viral “Rigging the Election” videos which featured a top-level political operative named Scott Foval who talked about training activists to "bird-dog" at Trump rallies.  Teter is the woman who was famously involved in an altercation at a Trump rally in 2016. 
Veritas released this content back in 2016 because we believe the public has a right to know what top-level political operatives say behind closed doors. 
This trial is nothing more than an attack on the media by people who are ideologically opposed to what we do.

  •  626  11  21 hours ago
  • Today marks the first of many days that I will spend inside a court room in Asheville, North Carolina.  I will be defending our right to expose the truth . . . no matter how shocking that truth is.  Teter v. Project Veritas Action Fund stems from our viral “Rigging the Election” videos which featured a top-level political operative named Scott Foval who talked about training activists to "bird-dog" at Trump rallies.  Teter is the woman who was famously involved in an altercation at a Trump rally in 2016. 
I will be perfectly clear.  Veritas will win this lawsuit and I will not settle. We accurately reported what Foval told us on video tape. We did not alter the meaning of his statements, and we preserved the video recording in its original state

  •  2,313  104  21 hours ago
  • সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক ভাষা ওজা হেমচন্দ্ৰ বৰুৱা বটাঁ প্ৰদান...
.
.

দেৰগাওঁ সাহিত্য সভাই দেৰগাওঁৰ চন্দ্ৰ নাথ খাওণ্ড ভৱনত আয়োজন কৰা এক অনুষ্ঠানত  বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক 'ভাষা ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য বঁটা'প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা ,দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী আৰু গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকা।
#NandiniMagazine #assamesemagazine #womenmagazine #anuradhasarmahpujari #award #achievement #honour #litereture #writer #womenwriters #instastory #instamedia #instanandini

  •  367  0  20 May, 2019
  • অজয় দেৱগণৰ আজৱ প্ৰেম কাহিনীক আদৰিছে দৰ্শকে…
.
.

যোৱা শুকুৰবাৰে মুক্তি পাইছিল হিন্দী ছবি দে দে প্যাৰ দে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগণ আৰু তাবুয়ে। মুক্তিৰ ৩ দিনৰ অন্তত ছবিখনে দৰ্শক যথেষ্ট সহাঁৰি পাবলৈ সক্ষম হৈছে। ছবিখনে মুক্তিৰ দিনাই ১০.৪১ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে শনিবাৰে ১৩.৩৯ কোটি আৰু দেওবাৰে উপাৰ্জন কৰে ১৪ কোটি টকা। ৩ টা দিনৰ অন্তত ছবিখনে ৩৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষত এই ছবিখন ৩১০০ খন স্কীণত মুক্তি দিয়াৰ বিপৰীতে সমগ্ৰ বিশ্বত ৩৭৫০ খন স্কীণত মুক্তি দিয়া হৈছিল।
#asomiyapratidin
#AP #assamesemedia #dedepyaarde #movies #hindimovies #ajaydevgan #tabu #rakulpreetsingh #entertainmentnews #instastory #instamedia

  •  692  0  20 May, 2019

Top #instamedia Posts

Advertisements

  • 👋 We’re back on instagram after a great week! >> 1) Mainstream media breakthrough w/Hollywood Reporter 2) WON a major lawsuit brought on by a union president 💪 3) Released Chase bank “de-banking” investigation — Veritas is winning battles and changing legal president!

  •  1,064  52  19 April, 2019
  • BREAKING >> NH Double Voter ARRESTED.  Veritas comes in with real #results on voter fraud! 🙌🏻

  •  1,126  40  19 April, 2019

Advertisements

  • Die Bundesregierung konnte bisher nicht beantworten, warum Deutschland die gesamten Planungskosten übernimmt, obwohl das Krankenhaus den Deutschen zu keinem Zeitpunkt zur Verfügung stehen wird. Einen Nutzen hat dieses nur für die rund 53.000 US- Soldaten und deren Angehörigen.
Einmal mehr hintergeht und betrügt die Regierung den deutschen Steuerzahler und versucht diese Ausgaben unter den Tisch zu kehren. Wir sagen Nein zu solchen Ausgaben und Ja zu einer Aufschlüsselung und Offenlegung der gesamten Kosten. 
Pflegekräfte in ganz Deutschland arbeiten am Limit, sei es die körperliche Überanspruchung aufgrund zu hoher Belastung, da an jeder Ecke das Personal fehlt oder der drastischen Unterbezahlung. Es ist ein Schlag für all Jene, die jeden Tag aufs neue am Limit arbeiten und nun sehen müssen, dass für solche Vorhaben Geld da ist. 
Es ist ein Armutszeugnis, dass wir unsere Pflegekräfte und alle alten und kranken Menschen in solchen unwürdigen Verhältnissen leben lassen müssen. Wir fordern einmal mehr die Bundesregierung auf, endlich klare Kante gegen diese Art von Kapitalismus zu zeigen und werden weiterhin Druck machen, wenn es um Betrug des deutschen Steuerzahlers geht.

#TEAMWAEHLBAR 
Beitrag von @donat_charly 
_____________________________________

#deutschland  #bundesregierung
#instatoday #instahistory  #geburtstag  #instatwitter #instaworld #instanews #political #politician 
#news #nachrichten #politik #politiker #news #world #twitter #history #today #top
#trending #people #time #instamedia #memo #meme #politicfacts #social #media

  •  678  47  22 April, 2019
  • DEBANKING: Could major banks like Chase be barring conservative organizations from making business transactions for their political views? 🤔 💸

  •  678  31  19 April, 2019